নিজৰ বিয়াত বান্ধৱীৰ সৈতে আকৰ্ষণীয় নৃত্য কইনাৰ, Video Viral

News18 Assam | News18-Assam
Updated:January 26, 2020, 3:24 PM IST
নিজৰ বিয়াত বান্ধৱীৰ সৈতে আকৰ্ষণীয় নৃত্য কইনাৰ, Video Viral
ছচিয়েল মিডিয়াত ভাইৰেল

ছচিয়েল মিডিয়াত ভাইৰেল

  • Share this:
নিজৰ বিবাহৰ দিনটোত অন্যান্য অতিথিৰ সৈতে সুন্দৰী কইনাৰ আকৰ্ষণীয় নৃত্য। কলিকতাৰ এখন বিয়াৰ দৃশ্য এয়া। কইনাজনীৰ নৃত্য ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে। কইনাজনীৰ নাম সুপৰ্ণাৰ। কলেজৰ বন্ধু যেতিয়া বিয়ালৈ আহিল। সকলোৰে লগত এপাক নাচিলে সুপৰ্ণাই।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি