শ্বুটিং শেষ হোৱাৰ পিছতো কেটৰীণাক সাৱটিয়েই থাকিল শ্বাহৰুখ খানে, ভাইৰেল হৈ পৰিল ভিডিঅ’, চাওক Video

News18 Assam | News18-Assam
Updated:June 27, 2020, 4:34 PM IST
শ্বুটিং শেষ হোৱাৰ পিছতো কেটৰীণাক সাৱটিয়েই থাকিল শ্বাহৰুখ খানে, ভাইৰেল হৈ পৰিল ভিডিঅ’, চাওক Video
সম্প্ৰতি শ্বাহৰুখ-কেটৰীণাৰ এখন ছবিৰ শ্বুটিঙৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। দেখা গৈছে যে, শ্বাহৰুখে জোৰকৈ সাৱটি ধৰিছে কেটৰীণাক।

সম্প্ৰতি শ্বাহৰুখ-কেটৰীণাৰ এখন ছবিৰ শ্বুটিঙৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। দেখা গৈছে যে, শ্বাহৰুখে জোৰকৈ সাৱটি ধৰিছে কেটৰীণাক।

  • Share this:
কোৰোণাৰ ফলত এতিয়া স্তব্ধ ছলি উদ্যোগ। প্ৰায় বন্ধ ছবিৰ শ্বুটিং। তাৰ মাজতে দুই এখন ছবিৰ শ্বুটিং আৰম্ভ কৰা হৈছে। এইসময়ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’।বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান আৰু কেটৰীণা কেঈফৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।



 





View this post on Instagram




 

Hilarious! #ShahRukhKhan is finding it hard to let go of #KatrinaKaif and we don’t blame him. #JabTakHaiJaan


A post shared by Filmfare (@filmfare) on






ভিডিঅ’টোত দেখা গৈছে যে, শ্বাহৰুখ খানে শ্বুটিং শেষ হোৱাৰ পিছতো সাৱটি ধৰি থাকিল কেটৰীণাক। ভিডিঅ’টো ‘জব তক হ্যে জান’ ছবিখনৰ শ্বুটিঙৰ সময়ৰ। পৰিচালকৰ কাট কৰাৰ পিছতো শ্বাহৰুখ কেটৰীণাক দেখা গ’ল এনেদৰে।
First published: June 27, 2020, 4:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading