বান্ধৱীক কিয় কোলাত বহুৱালে ছানি লিয়নীয়ে, ভাইৰেল হ’ল ভিডিঅ’

News18-Assam
Updated:August 1, 2019, 10:12 PM IST
বান্ধৱীক কিয় কোলাত বহুৱালে ছানি লিয়নীয়ে, ভাইৰেল হ’ল ভিডিঅ’
source-Google

পাৰ্টিৰ সময়ত নিজৰ বান্ধৱীক কোলাত লৈ শিশুৰ দৰে আচৰণ ছানি লিয়নীৰ

  • Share this:
বলীউডৰ এক শিহৰণ ছানী লিয়নী! ছানী লিয়নীৰ যিকোনো খবৰেই ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। এতিয়া বলীউডৰ বহু নামী দামী তাৰকাও ছানী লিয়নীৰ লগতে ছবি কৰাৰ প্ৰতি আগ্ৰহী।
বুধবাৰে এটা পাৰ্টীত উপস্থিত আছিল অভিনেত্ৰীগৰাকী। লগত আছিল এগৰাকী বান্ধৱী। পাৰ্টীৰ সময়ত বান্ধৱীগৰাকী হঠাৎ পৰি যাবলৈ ধৰোতে ছানী লিয়নীয়ে সৌভাগ্যক্ৰমে ৰক্ষা কৰি নিজৰ বান্ধৱীক কোলাত লোৱা দেখা যায়। পিছত ছানীয়ে এই ভিডিঅ’টো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে।




 





View this post on Instagram




 

Oh @shiks_gupta25 my sweet little friend!! Haha you had no idea what I was gonna do. lol love ya Sssiiiiikkkkkaaa!!


A post shared by Sunny Leone (@sunnyleone) on




First published: August 1, 2019, 10:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি