আজি মাত্ৰ ১ ঘণ্টাতে বলীউদৰ সকলো অভিনেতা অভিনেত্ৰীৰ ৰেকৰ্ড ভংগ কৰিব এইগৰাকী অভিনেত্ৰীয়ে!

News18 Assam | News18-Assam
Updated:January 1, 2020, 4:45 PM IST
আজি মাত্ৰ ১ ঘণ্টাতে বলীউদৰ সকলো অভিনেতা অভিনেত্ৰীৰ ৰেকৰ্ড ভংগ কৰিব এইগৰাকী অভিনেত্ৰীয়ে!
Source-Google

বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাই নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক বিশেষ ভিডিঅ’।

  • Share this:
বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাই নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক বিশেষ ভিডিঅ’। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে নতুন বছৰটোৰ পাৰ্টীত নৃত্য প্ৰদৰ্শন কৰিবলৈ সৈজু হোৱা দেখিবলৈ পোৱা গৈছে।



বলীউদৰ নতুন অভিনেত্ৰী উৰ্বশী ৰৌতেলাই আজি ভংগ কৰিব বলীউদৰ সকলো অভিনেতা অভিনেত্ৰীৰ এক বিশেষ অভিলেখ। আজি মহাৰাষ্ট্ৰত হ’বলগীয়া নতুন বছৰ আদৰাৰ এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰিব। যাৰ বাবদ অভিনেত্ৰীগৰাকীয়ে মাত্ৰ এঘণ্টাতে লৈছে ৩ কোটি টকা। যি, আজি পৰ্যন্ত বলীউদৰ অভিনেতা–অভিনেত্ৰীসকলৰ ভিতৰত সৰ্বাধিক।




 





View this post on Instagram




 

SEE YOU TONIGHT PUNE 🔥🔥🔥⚡️⚡️⚡️ . . . . . . . . . . . . . . . . . . #love #UrvashiRautela


A post shared by URVASHI RAUTELA 🇮🇳Actor🇮🇳 (@urvashirautela) on




আৰু চাওক
পৰৱৰ্তী বাতৰি