নিজৰ খেলত ধ্যান দিয়া– হাৰ্ডিক পাণ্ডিয়াক কিয় এনেদৰে ক’লে অভিনেত্ৰী উৰ্বশী ৰৌতেলাই

News18 Assam | News18-Assam
Updated:November 29, 2019, 3:37 PM IST
নিজৰ খেলত ধ্যান দিয়া– হাৰ্ডিক পাণ্ডিয়াক কিয় এনেদৰে ক’লে অভিনেত্ৰী উৰ্বশী ৰৌতেলাই
Source-Google

হাৰ্ডিক পাণ্ডিয়াৰ সৈতে কি সম্পৰ্ক উৰ্বশী ৰৌতেলাৰ? স্পষ্টকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে

  • Share this:
কিছুদিনৰ পৰা সংবাদ শিৰোনাম দখল কৰি আহিছে বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাই। এতিয়া উৰ্বশী আৰু ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াৰ প্ৰেমৰ সম্পৰ্ককলৈ চলিছে ব্যাপক চৰ্চা। হাৰ্ডিকৰ সৈতে উৰ্বশীৰ নতুন প্ৰেমৰ সম্পৰ্ককৈ ওলোৱা খবৰত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

হাৰ্ডিক পাণ্ডিয়াৰ সৈতে কি সম্পৰ্ক উৰ্বশী ৰৌতেলাৰ? NEWS18 ৰ ,সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, হাৰ্ডিকে এতিয়া প্ৰেমৰ সলনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। ভাল দৰে ক্ৰিকেট খেলক। মোৰ তেওঁৰ সৈতে কোনো তেনেধৰণৰ সম্পৰ্ক নাই।  উৰ্বশীয়ে লগতে কয় যে, ‘মই এতিয়া চিংগল,  কোনো ‘Love Relationship’ ত তেওঁ নাই।’

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি