জয়াললিতাৰ ৰূপত কংগণা ৰানাৱট, ‘Thalaivi’ ছবিৰ ‘Teaser’ মুকলি, চাওক Video

News18-Assam
Updated:November 24, 2019, 2:28 PM IST
জয়াললিতাৰ ৰূপত কংগণা ৰানাৱট, ‘Thalaivi’ ছবিৰ ‘Teaser’ মুকলি, চাওক Video
ছবিখনত জয়াললিতাৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা দেখুৱাবলৈ চেষ্টা কৰা হৈছে বুলি জানিব পৰা গৈছে

ছবিখনত জয়াললিতাৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা দেখুৱাবলৈ চেষ্টা কৰা হৈছে বুলি জানিব পৰা গৈছে

  • Share this:
শনিবাৰে মুকলি কৰা হ’ল কংগণা ৰানাৱট অভিনীত নতুন ছবি ‘Thalaivi’ ৰ ‘First Look Teaser’ ।  তামিলনাডুৰ  প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ জীৱন ভিত্তিক ছবিখনত কংগণা ৰানাৱটে জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰিছে। Teaser মুকলিৰ পিছতে জয়াললিতাৰ ৰূপত কংগণা ৰানাৱটক দেখি এতিয়া ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।

ছবি সমালোচক টৰন আদৰ্শই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে ‘Thalaivi’ ত কংগণা ৰানাউটৰ First Look শ্বেয়াৰ কৰে। অহা বছৰ ২৬ জুন তাৰিখে মুক্তি পাবলগীয়া ছবিখনত জয়াললিতাৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা দেখুৱাবলৈ চেষ্টা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি