শ্বাহৰুখ খানৰ কন্যা সুহানাই কি কৰিছে এনেদৰে? মুহূৰ্তৰ ভিতৰতে ভাইৰেল ছচিয়েল মিডিয়াত

News18 Assam | News18-Assam
Updated:September 11, 2020, 1:27 PM IST
শ্বাহৰুখ খানৰ কন্যা সুহানাই কি কৰিছে এনেদৰে? মুহূৰ্তৰ ভিতৰতে ভাইৰেল ছচিয়েল মিডিয়াত
Source-Google

আকৌ চৰ্চাত শ্বাহৰুখ খানৰ কন্যা সুহানা খান

  • News18 Assam
  • Last Updated: September 11, 2020, 1:27 PM IST
  • Share this:
ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় শ্বাহৰুখ খানৰ কন্যা সুহানা খান। বৰ্তমানলৈকে ছবিজগতত খোজ দিয়া নাই যদিও, এতিয়াও ছচিয়েল মিডিয়াত ফলোৱাৰ্ছৰ সংখ্যা ৯ লাখৰো অধিক। ল’ক ডাউনৰ সময়ৰ পৰাই চৰ্চাত মাজে মাজে চৰ্চালৈ আহিছে সুহানা খান।








View this post on Instagram





Congrats if u haven't seen me crying ~ quarantine filming ✌🏼😙🤪✨


A post shared by Suhana Khan (@suhanakhan2) on






এখন নতুন ছবিত সুহানাৰ ফেশ্বন ষ্টেটমেণ্ট এতিয়া স্পষ্ট! সকলোৱে প্ৰশংসাও কৰিছে সুহানাক। বৃহস্পতিবাৰে সুহানাই নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰে বিশেষ ফটো। ফটো খনত আগতকৈ কিছু পৃথক লাগিছে সুহানাক।








View this post on Instagram






A post shared by Suhana Khan (@suhanakhan2) on






২০১৯ চনত দ্যা গ্ৰে পাৰ্ট অৱ ব্লু নামৰ এখন ইংৰাজী চুটি ছবিত কাম কৰিছিল সুহানাই। ছবিখন ইউচিউবতো আছে। ইটি টাইমছৰ ৰিপৰ্টত এই সন্দৰ্ভত শ্বাহৰুখ খানে নিজৰ কন্যাৰ অভনয় ভাল লগাৰ কথা কৈছিল। কিন্তু পঢ়া শুনা শেষ কৰিহে ভৱিষ্যতে সুহানাই ইচ্ছা কৰিলে ছবিজগতত খোজ পেলাব বুলি কৈছিল শ্বাহৰুখ খানে।’
Published by: Himangshu Bhuyan
First published: September 11, 2020, 1:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading