உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Priyanka Chopra: কেৱল স্বামীৰ সৈতে নহয়, শাহু-শহুৰৰ সৈতে হোলী খেলিলে প্ৰিয়ংকা চোপ্ৰাই, শ্বেয়াৰ কৰিলে ফটো

    Priyanka Chopra: কেৱল স্বামীৰ সৈতে নহয়, শাহু-শহুৰৰ সৈতে হোলী খেলিলে প্ৰিয়ংকা চোপ্ৰাই, শ্বেয়াৰ কৰিলে ফটো

    ৰঙৰ উৎসৱ ফাকুৱা। প্ৰতিবছৰে সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হয় ফাকুৱা।

    ৰঙৰ উৎসৱ ফাকুৱা। প্ৰতিবছৰে সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হয় ফাকুৱা।

    ৰঙৰ উৎসৱ ফাকুৱা। প্ৰতিবছৰে সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হয় ফাকুৱা।

    • Share this:
    ৰঙৰ উৎসৱ ফাকুৱা। প্ৰতিবছৰে সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হয় ফাকুৱা। ফাকুৱাৰ সময়ত বলীউদৰ তাৰকাসকলৰ ফালে বহুতৰে দৃষ্টি থাকে। সেইদৰে বহু তাৰকা অভিনেত্ৰী-অভিনেতাই নিজৰ অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰে হোলীৰ আকৰ্ষণীয় ফটো।

    ব্যতিক্ৰম নহয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। বলীউদৰ পৰা হলীউদত খোজ দিয়া অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক প্ৰতিবছৰে হোলীত ন ৰূপত দেখা যায়। এইবাৰ  স্বামী নিক জোনাছ(Nick Jonas)ৰ লগতে নিজৰ শাহু-শহুৰৰ সৈতে হোলী খেলাৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিলে অভিনেত্ৰীগৰাকীয়ে।




    প্ৰিয়ংকা চোপ্ৰা বৰ্তমান বিদেশত আছে। তাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে কোনো উৎসৱ চেলিব্ৰেট কৰিবলৈ পাহৰি নাযায়।

    ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘‘Holi, the festival of colours is one of my favourites’’ ‘‘Hope we can all celebrate it with our loved ones, but in our HOMES!#HappyHoli everyone’’
    Published by:Himangshu Bhuyan
    First published: