‘তোক দেখি মোৰ গা কেনেবা কৰে’– বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নীতি মোহনৰ কণ্ঠত বিহু গীত,চাওক Video

News18 Assam | News18-Assam
Updated:January 5, 2020, 4:39 PM IST
‘তোক দেখি মোৰ গা কেনেবা কৰে’– বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নীতি মোহনৰ কণ্ঠত বিহু গীত,চাওক Video
দৈজিং মহোৎসৱত বিহু গীত পৰিবেশন কৰিলে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

দৈজিং মহোৎসৱত বিহু গীত পৰিবেশন কৰিলে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

  • Share this:
মাঘৰ বিহুলৈ মাজত মাথো কেইটামান দিন। মাঘ বিহুৰ প্ৰাকক্ষণত অসমবাসীক বিহুগীত গাই শুনালে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নীতি মোহনে। দৈজিং মহোৎসৱৰ এক সংগীতানুষ্ঠানত ভাগ লৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মুখত শুনা গ’ল জনপ্ৰিয় বিহু গীত। জনপ্ৰিয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই কণ্ঠদান কৰা ‘তোক দেখি মোৰ গা কেনেবা কৰে’ শীৰ্ষক গীতটো পৰিবেশন কৰে নীতিয়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি