কন্যা শিশু জন্ম দিয়াৰ পিছত প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত দেখা গ’ল অভিনেত্ৰী শিল্পা শেট্টী আৰু স্বামী ৰাজ কুন্দাক।
কন্যা শিশু জন্ম দিয়াৰ পিছত প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত দেখা গ’ল অভিনেত্ৰী শিল্পা শেট্টী আৰু স্বামী ৰাজ কুন্দাক।
কিছুদিন পূৰ্বে দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে অভিনেত্ৰী শিল্পা শেট্টীয়ে। ‘Surrogacy’ পদ্ধতিৰে কন্যা সন্তান জন্ম দিয়াৰ পিছত শিল্পা শেট্টীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক চৰ্চা লাভ কৰিছিল। ২১ ফেব্ৰুৱাৰীৰ দিনা শিল্পা শেট্টীয়ে নিজৰ ছচিয়েল মিডিয়া ছাইটত প্ৰথমবাৰলৈ কন্যা সন্তানটিৰ ফটো আপলোড কৰিছিল।
সোমবাৰে শিল্পা শেট্টীক পৰিয়ালৰ সৈতে মুম্বাইৰ বিমানবন্দৰত দেখা যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|