কি কৰি আছিল শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানে? কোনোৱে মনে মনে কৰিলে ভিডিঅ’, ভাইৰেল ছচিয়েল মিডিয়াত

News18 Assam | News18-Assam
Updated:May 3, 2020, 3:03 PM IST
কি কৰি আছিল শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানে? কোনোৱে মনে মনে কৰিলে ভিডিঅ’, ভাইৰেল ছচিয়েল মিডিয়াত
সুহানা খানৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত হৈছে ভাইৰেল

সুহানা খানৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত হৈছে ভাইৰেল

  • Share this:
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানক লৈ ছচিয়েল মিডিয়াত চলিছে চৰ্চা। সুহানা আজিকালি ছচিয়েল মিডিয়াত অতি জনপ্ৰিয়। সুহানাৰ এতিয়া এক বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কোনোৱে মনে মনে ভিডিঅ’ কৰি আপলোড কৰিলে সুহানাৰ সেই বিশেষ ভিডিঅ’টো।

ভিডিঅ’টোত সুহানা খানক অতি ফুৰ্তিত থকা দেখিবলৈ পোৱা গৈছে। আনকি মাজে মাজে গীতো গাইছে সুহানাই।

চাওক ভিডিঅ’




 





View this post on Instagram




 

Fun mode #suhanakhan


A post shared by Bollyhollix (@bollyhollix) on




First published: May 3, 2020, 2:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading