• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Salman Khan With Ahil : ভাগিনৰ সৈতে ৰং ৰং খেলিছে মামা ছলমান খানে, সকলোৰে শৈশৱ এনে হোৱা হ'লে ! কি প্ৰতিক্ৰিয়া অনুৰাগীৰ

Salman Khan With Ahil : ভাগিনৰ সৈতে ৰং ৰং খেলিছে মামা ছলমান খানে, সকলোৰে শৈশৱ এনে হোৱা হ'লে ! কি প্ৰতিক্ৰিয়া অনুৰাগীৰ

ছলমানৰ এই ভিডিঅ'টো ইনষ্টাগ্ৰমত শ্বেয়াৰ কৰিছিল ফটোগ্ৰাফাৰ বিৰল ভয়ানীয়ে। ভিডিঅ'টো ভাইৰেল হোৱাৰ মাজতে এজন ইউজাৰে লিখিছে, "সকলো শিশুৰে শৈশৱ এনে সুন্দৰ হোৱা হ'লে! আপোনাৰ দানেৰে!"

  • Share this:
দাবাং ছুপাৰষ্টাৰ ছলমান খানে (Salman Khan) তেওঁৰ পৰিয়ালক খুউব ভাল পায়। ছুটিঙৰ পৰা আজৰি পালেই  পৰিয়ালৰ সৈতে সময় কটাবলৈ গুচি যায়। অলপতে ছলমানৰ এটা ভিডিঅ' ভাইৰেল হৈছে য'ত থলমানে ভনীয়েক অৰ্পিতা আৰু ভনী জোঁৱাই আয়ুশ শৰ্মাৰ সন্তান তথা ছলমানৰ ভাগিনৰ সৈতে খেলি থকা দেখা গৈছে। ভাগিন আহিল শৰ্মা (Ahil Sharma)ই এই ভিডিঅ'টোত ৰং ৰং খেলি থকা দেখা গৈছে আৰু মামাক ছলমানে আহিলক ৰং কৰিবলৈ শিকাই আছে।

এই ভিডিঅ'টো দেখাৰ পিছত যি কোনো োকৰেই নিজৰ শৈশৱলৈ মনত পৰিব। অথবা নিজৰ ঘৰত, আত্মীয়-কুটুম্বৰ মাজত থকা শিশুৰ সৈতে খেলাৰ কথা মনত পৰি যাব। এই সুন্দৰ ভিডিঅ'টো চাই নেটিজেনসকলে হিল দল ভাঙি কমেণ্ট কৰিছে। বহুতেই হয়তো নাজানে যে ছলমান খান এজন ভাল চিত্ৰকৰো। চাৰকোলেৰে ছলমানে বহুত ধুনীয়া ধুনীয়া ছবি আঁকিব পাৰে। ভিডিঅ''টোত চাওক কণমানি আহিলৰ সৈতে আৰু কি কি কৰিলে ছলমানে-

ভাগিন আহিলে কেনভাছত ৰং কৰি থকা সময়তে কোঠাত প্ৰৱেশ কৰে মাম ছলমান খান। ছলমানেও আহিলক পেইণ্টিং কৰিবলৈ শিকাবলৈ লাগি যায়। কণমানি আহিলৰ গালে-মুখে, কাপোৰে-কানিয়ে ৰং লাগি ধুনীয়া দেখাতো যেন হৈ পৰিছিল।

ছলমানৰ এই ভিডিঅ'টো ইনষ্টাগ্ৰমত শ্বেয়াৰ কৰিছিল ফটোগ্ৰাফাৰ বিৰল ভয়ানীয়ে। ভিডিঅ'টো ভাইৰেল হোৱাৰ মাজতে এজন ইউজাৰে লিখিছে, "সকলো শিশুৰে শৈশৱ এনে সুন্দৰ হোৱা হ'লে! আপোনাৰ দানেৰে!"
Published by:Manjumoni Borah
First published: