নিজ হাতেৰে বান্দৰক কি খুৱালে ছলমান খানে , Video Viral

‘ আমাৰ বজৰংগী ভাইজানে প্লাষ্টিকৰ বটলত পানী নাখায়!’– ছলমান খান

News18-Assam
Updated:June 30, 2019, 5:08 PM IST
নিজ হাতেৰে বান্দৰক কি খুৱালে ছলমান খানে , Video Viral
‘ আমাৰ বজৰংগী ভাইজানে প্লাষ্টিকৰ বটলত পানী নাখায়!’– ছলমান খান
News18-Assam
Updated: June 30, 2019, 5:08 PM IST
আকৰ্ষণীয় কাম কাজেৰে প্ৰায়ে সংবাদ শিৰোণাম দখল কৰে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে। এইবাৰ ৰাজপথৰ বান্দৰক নিজ হাতেৰে পানী খুৱাই আকৌ এবাৰ সকলোকে আকৰ্ষিত কৰিলে অভিনেতা ছলমান খানে।

বান্দৰটোৱে প্ৰথমে প্লাষ্টিকৰ বটলত থকা পানী গ্ৰহণ নকৰে পিছত যেতিয়া ছলমান খানে এটা কাপত পানী দিয়ে তেতিয়া বান্দৰটোৱে ছলমান হাতৰ পৰা পানী খাবলৈ আগবাঢ়ি আহে। পিছত ছলমান খানে আমোদজনক ভাবে লিখে–

‘ আমাৰ বজৰংগী ভাইজানে প্লাষ্টিকৰ বটলত পানী নাখায়’!




 





View this post on Instagram




 

Hamara bajrangi bhaijaan plastic ki bottle se paani nahi peeta . .


A post shared by Salman Khan (@beingsalmankhan) on




আৰু চাওক পৰৱৰ্তী বাতৰি