• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰূপালী পৰ্দাত ‘ৰিয়েল’ কপিল দেৱৰ বিখ্যাত ‘নটৰাজ শ্বট’ খেলিলে ‘ৰীল’ কপিল দেৱে

ৰূপালী পৰ্দাত ‘ৰিয়েল’ কপিল দেৱৰ বিখ্যাত ‘নটৰাজ শ্বট’ খেলিলে ‘ৰীল’ কপিল দেৱে

কোন জন ৰিয়েল কপিল দেৱ, চিনিবই নোৱাৰিব আপুনি!

কোন জন ৰিয়েল কপিল দেৱ, চিনিবই নোৱাৰিব আপুনি!

কোন জন ৰিয়েল কপিল দেৱ, চিনিবই নোৱাৰিব আপুনি!

  • Share this:
    বৰ্তমান বলীউডৰ এজন অন্যতম জনপ্ৰিয় তাৰকা হ’ল ৰণবীৰ সিং। ৰণবীৰে দৰ্শকক উপহাৰ দিছে ইখনৰ পিছত সিখন ছুপাৰহিট ছবি। চিম্বাৰ সফলতাৰ পিছত ৰণবীৰক এইবাৰ ৰূপালী পৰ্দাত দেখা যাব কপিল দেৱৰ ৰূপত। ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰমো কৰিছে অভিনেতাজনে। ছবিখনৰ বাবে নিজকে কপিল দেৱৰ দৰে  প্ৰস্তুত কৰি তুলিছে ৰণবীৰে।

    নতুন ছবি ৮৩ ৰ প’ষ্টাৰ মুকলি হোৱাৰ পিছত ৰণবীৰ সিঙেও নিজৰ ছচিয়েল মিডিয়াৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰে প’ষ্টাৰখন। পষ্টাৰখনত ৰণবীৰে কপিল দেৱৰ বিখ্যাত নটৰাজ শ্ব’টত প’জ দিয়া দেখা গৈছে। কবিৰ খানে পৰিচালনা কৰা ছবিখন অহা বছৰ ২০ এপ্ৰিলত ছবিগৃহলৈ আহিব। ছবিখনত অভিনেত্ৰী দীপিকা পাডুকনে কপিল দেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।

    First published: