ৰণবীৰ সিঙক কিয় পিটিলে দীপিকা পাডুকণে!
News18-Assam Updated:June 12, 2019, 2:35 PM IST

ইণ্টাৰনেটত এতিয়া ভাইৰেল ৰণবীৰক এখন বেটেৰে পত্নী দীপিকাই প্ৰহাৰ কৰা ভিডিঅ’
ইণ্টাৰনেটত এতিয়া ভাইৰেল ৰণবীৰক এখন বেটেৰে পত্নী দীপিকাই প্ৰহাৰ কৰা ভিডিঅ’
- News18 Assam
- Last Updated: June 12, 2019, 2:35 PM IST
আচলতে এইয়া এখন ছবিৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’হে। দীপিকা আৰু ৰণবীৰে এতিয়া লণ্ডনত দুয়োৰে অভিনীত নৱতম ছবি '83' ৰ দৃশ্যগ্ৰহণত ব্যস্ত। ৰণবীৰ সিঙে ছবিখনত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত অৱিনয় কৰিছে। সেইদৰে দীপিকাই কপিল দেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।ইতিমধ্যে আৰম্ভ কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম।

https://www.facebook.com/RanveerSinghOfficial/videos/420829135179566/?t=4