ৰণবীৰ সিঙক কিয় পিটিলে দীপিকা পাডুকণে!

News18-Assam
Updated:June 12, 2019, 2:35 PM IST
ৰণবীৰ সিঙক কিয় পিটিলে দীপিকা পাডুকণে!
ইণ্টাৰনেটত এতিয়া ভাইৰেল ৰণবীৰক এখন বেটেৰে পত্নী দীপিকাই প্ৰহাৰ কৰা ভিডিঅ’

ইণ্টাৰনেটত এতিয়া ভাইৰেল ৰণবীৰক এখন বেটেৰে পত্নী দীপিকাই প্ৰহাৰ কৰা ভিডিঅ’

  • Share this:
ৰণবীৰ–দীপিকাৰ মাজত সংঘাত চলিছে নেকি? এখন ক্ৰিকেট বেটেৰে ৰণবীৰক পিটিছে পত্নী দীপিকাই!ৰণবীৰৰ ওপৰত কিয় ইমান  খং উঠিছে দীপিকাৰ? ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে দীপিকা পাডুকণে নিজৰ স্বামী, অভিনেতা ৰণবীৰ সিঙক মাৰপিট কৰাৰ এক ভিডিঅ’।

আচলতে এইয়া এখন ছবিৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’হে। দীপিকা আৰু ৰণবীৰে এতিয়া লণ্ডনত দুয়োৰে অভিনীত নৱতম ছবি '83' ৰ দৃশ্যগ্ৰহণত ব্যস্ত। ৰণবীৰ সিঙে ছবিখনত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত অৱিনয় কৰিছে। সেইদৰে দীপিকাই কপিল দেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।ইতিমধ্যে আৰম্ভ কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম।



'83' ছবিখন , ১৯৮৩ চনত ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ কাহিনীৰ আধাৰত। ছবিখনত কপিল দেৱৰ ভুমিকাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে।



https://www.facebook.com/RanveerSinghOfficial/videos/420829135179566/?t=4
Published by: Dulu Medhi
First published: June 12, 2019, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি