'DON-3'– শ্বাহৰূখ খান নে ৰণবীৰ কাপুৰ?

ফাৰহান আখতাৰ পৰিচালিত DON ফ্ৰেঞ্চাইজীৰ পৰৱৰ্তী সংস্কৰণ DON-3 ত ডনৰ চৰিত্ৰত অভিনয় কোনে কৰিব? এতিয়া বলিউডত চলিছে চৰ্চা

news18assam
Updated:June 12, 2019, 3:11 PM IST
'DON-3'– শ্বাহৰূখ খান নে ৰণবীৰ কাপুৰ?
ফাৰহান আখতাৰ পৰিচালিত DON ফ্ৰেঞ্চাইজীৰ পৰৱৰ্তী সংস্কৰণ DON-3 ত ডনৰ চৰিত্ৰত অভিনয় কোনে কৰিব? এতিয়া বলিউডত চলিছে চৰ্চা
news18assam
Updated: June 12, 2019, 3:11 PM IST
২০০৬ চনত অমিতাভ বচ্চনৰ ছুপাৰহিট ছবি Donৰ ৰিমেকত Don ৰ চৰিত্ৰ ৰূপায়ন কৰিছিল বলিউডৰ ৰোমাঞ্চ কিং শ্বাহৰূখ খানে। ফাৰহান আখতাৰৰ ছবিখনে বক্স অফিছতো লাভ কৰিছিল অভূতপূৰ্ব সফলতা। ছবিখনত কিং খানৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা, কৰীণা কাপুৰ, বোমন ইৰাণীয়ে অভিনয় কৰিছিল।



প্ৰথমখন ছবিৰ সফলতাৰ পিছত ২০১১ চনত ডন ছবিৰ চিকুৱেল মুক্তি দিয়া হয়। ২০১১ চনত মক্তি পোৱা ছবিখনে বক্স অফিছত ২০০ কোটিৰ ব্যৱসায় কৰে।



এতিয়া ফাৰহান আখতাৰ আকৌ সাজু হৈছে  ডন ছিৰিজৰ তৃতীয়খন ছবি নিৰ্মাণৰ বাবে। কিন্তু এইবাৰ  'DON-3' তশ্বাহৰুখ খানৰ পৰিৱৰ্তে অভিনেতা ৰণবীৰ কাপুৰে অভিনয় কৰিব বুলি চৰ্চা চলিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি