হৃত্বিক ৰোশনৰ ছবিৰ গীতত প্ৰিয়ংকা চোপ্ৰাৰ আকৰ্ষণীয় নৃত্য, Video Viral

News18-Assam
Updated:November 24, 2019, 2:57 PM IST
হৃত্বিক ৰোশনৰ ছবিৰ গীতত প্ৰিয়ংকা চোপ্ৰাৰ আকৰ্ষণীয় নৃত্য, Video Viral
প্ৰিয়ংকাৰ এটা নতুন  ভিডিঅ’ এতিয়া আকৌ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে

প্ৰিয়ংকাৰ এটা নতুন  ভিডিঅ’ এতিয়া আকৌ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আকৌ চৰ্চাত। প্ৰিয়ংকাৰ এটা নতুন  ভিডিঅ’ এতিয়া আকৌ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।  ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে অভিনেতা হৃত্বিক ৰোশন অভিনীত নতুন ছবি ৱাৰৰ ‘ঘূংগুৰু’ গীতটোত আকৰ্ষণীয় নৃত্য কৰা দেখা গ’ল। ভিডিঅ’টোত প্ৰিয়ংকাক অভিনেত্ৰী বাণী কাপুৰে গীতটোৰ নৃত্য কৰিবলৈ শিকোৱা দেখা গৈছে।

চাওক ভিডিঅ’



আৰু চাওক
পৰৱৰ্তী বাতৰি