প্ৰিয়ংকা চোপ্ৰাৰ হিয়া ভঙা কান্দোন, কিন্তু কিয়? চাওক ভিডিঅ’

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কান্দি থকা এটা বিশেষ ভিডিঅ’

News18-Assam
Updated:October 12, 2019, 6:51 PM IST
প্ৰিয়ংকা চোপ্ৰাৰ হিয়া ভঙা কান্দোন, কিন্তু কিয়? চাওক ভিডিঅ’
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কান্দি থকা এটা বিশেষ ভিডিঅ’
News18-Assam
Updated: October 12, 2019, 6:51 PM IST
ছচিয়েল মিডিয়াত আজিকালি প্ৰায়ে চৰ্চাত থাকে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। ১১ অক্টোবৰত মুক্তি লাভ কৰিছে প্ৰিয়ংকা চোপ্ৰা অভিনীত বলীউডৰ নতুন ছবি দ্যা স্কাই ইজ পিংক। স্কাই ইজ পিংক হ’ল প্ৰিয়ংকাৰ বলীউডৰ কামবেক ছবি। ছবিখনৰ প্ৰচাৰৰ বাবে আমেৰিকাৰ এক সাক্ষাৎকাৰত ভাগ লৈছিল স্বামী নিকি জোনছৰ সৈতে। কিন্তু অনুষ্ঠানটোত কান্দোনত ভাঙি পৰিল পৰিল প্ৰিয়ংকা চোপ্ৰা। অনুষ্ঠানটোত প্ৰিয়ংকাই জীৱনৰ বহু কথাই উল্লেখ কৰে। কিন্তু কিয় প্ৰিয়ংকাই এনেদৰে কান্দিবলগীয়া হ’ল চাওক এই ভিডিঅ’

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি