মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Bollywoodৰ অভিনেত্ৰী কেটৰিনাৰ জন্মদিনৰ কেক গ্ৰহণ নকৰিলে ফুড ডেলিভাৰী ল'ৰাই ! অভিনেত্ৰীয়ে নিজেই Share কৰিলে Video...

Bollywoodৰ অভিনেত্ৰী কেটৰিনাৰ জন্মদিনৰ কেক গ্ৰহণ নকৰিলে ফুড ডেলিভাৰী ল'ৰাই ! অভিনেত্ৰীয়ে নিজেই Share কৰিলে Video...

Kokil Sarma | News18-Assam
Updated:August 27, 2021, 9:53 AM IST
Bollywoodৰ অভিনেত্ৰী কেটৰিনাৰ জন্মদিনৰ কেক গ্ৰহণ নকৰিলে ফুড ডেলিভাৰী ল'ৰাই ! অভিনেত্ৰীয়ে নিজেই Share কৰিলে Video...
বলীউডৰ (Bollywood) অভিনেত্ৰী কেটৰিনা কাইফে (Katrina Kaif) আজি লাখ লাখ হৃদয়ত বাস কৰিছে। কেটৰিনাই তেওঁৰ জন্মদিনৰ কেক আগবঢ়াইছিল খাদ্য দিবলৈ অহা ল'ৰা এজনক, কিন্তু তেওঁ গ্ৰহণ নকৰিলে ।

বলীউডৰ (Bollywood) অভিনেত্ৰী কেটৰিনা কাইফে (Katrina Kaif) আজি লাখ লাখ হৃদয়ত বাস কৰিছে। কেটৰিনাই তেওঁৰ জন্মদিনৰ কেক আগবঢ়াইছিল খাদ্য দিবলৈ অহা ল'ৰা এজনক, কিন্তু তেওঁ গ্ৰহণ নকৰিলে ।

  • Share this:

বলীউডৰ (Bollywood) অভিনেত্ৰী কেটৰিনা কাইফে (Katrina Kaif) আজি লাখ লাখ হৃদয়ত বাস কৰিছে। কেৱল দেশতে নহয় বিদেশতো তেওঁক বহুতে ভাল পায। কেটৰিনাৰ অনুৰাগীসকলে তেওঁৰ এক আভাস পাবলৈ ব্যাকুল হৈ থাকে। যেতিয়া তেওঁ অনুৰাগীসকলৰ সৈতে চেলফিৰ বাবে ভংগীমা দিয়ে তেতিয়া তেওঁৰ অনুৰাগীসকল সুখী হৈ পৰে। কিন্তু, তেওঁ যিমানেই ডাঙৰ বলীউড তাৰকা নহওঁক কিয়, খাদ্য বিতৰণৰ ল'ৰাৰ কোনো গুৰুত্ব নাই। কেটৰিনাই তেওঁৰ জন্মদিনৰ কেক আগবঢ়াইছিল খাদ্য দিবলৈ অহা ল'ৰা এজনক, কিন্তু তেওঁ গ্ৰহণ নকৰিলে । আকৰ্ষণীয় কথাটো হ'ল যে ভিডিঅ'টো কেটৰিনাই নিজেই অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে।












View this post on Instagram






A post shared by Katrina Kaif (@katrinakaif)







অৱশ্যে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ'টো Zomatoৰ বিজ্ঞাপন হে আছিল।
Published by: Kokil Sarma
First published: August 27, 2021, 9:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি