‘আপোনাক ছুপাৰ ফ্লপ বনাই দিবলৈ ৩ বছৰেই যথেষ্ট’– এগৰাকী অভিনেতাই ধমক দিলে ছলমান খানক

News18 Assam | News18-Assam
Updated:December 28, 2019, 6:12 PM IST
‘আপোনাক ছুপাৰ ফ্লপ বনাই দিবলৈ ৩ বছৰেই যথেষ্ট’– এগৰাকী অভিনেতাই ধমক দিলে ছলমান খানক
Source-Google

২৭ ডিচেম্বৰত ছলমান খানে ৫৪ বছৰ বয়সত ভৰি দিয়ে

  • Share this:
২৭ ডিচেম্বৰত ছলমান খানে ৫৪ বছৰ বয়সত ভৰি দিয়ে। অভিনেতাজনৰ জন্মদিনত বহু অভিনতা অভিনেত্ৰীয়ে শুভেচ্ছা জনাই ছলমান খানক। কিন্তু তাৰ মাজতে এগৰাকী অভিনেতাই জন্মদিনৰ দিনাই জনালে প্ৰত্যাহ্বান।



এই অভিনেতা জনৰ নাম কমল আৰ খান। নিজৰ টুইটাৰ একাউণ্টত কে আৰ কেই লিখিলে যে, ছলমান খান, এগৰাকী ভাগ্যশালী ছুপাৰষ্টাৰ, অভিনয় নাজানে যদিও ছলমান আজি ছুপাৰষ্টাৰ।



আপোনাক ছুপাৰষ্টাৰৰ পৰা শ্বাহৰুখ খানৰ দৰে ছুপাৰ ফ্লপ বনাই দিবলৈ মোক লাগে মাত্ৰ ৩ বছৰ। ডাবাং–৩ৰ দৰে চিনেমা নবনাব।

আৰু চাওক
পৰৱৰ্তী বাতৰি