প্ৰথমটো দিনতে লিক হ’ল কবিৰ সিং, বিনামূলীয়াকৈ সহজতে ডাউনলোড কৰি আছে ছবিখন
News18-Assam Updated:June 22, 2019, 5:19 PM IST

কুখ্যাত পাইৰেটেড ৱেবছাইট Tamilrockers–এ লিক কৰিলে শ্বাহিদ কাপুৰৰ ছবি ‘কবিৰ সিং’।
কুখ্যাত পাইৰেটেড ৱেবছাইট Tamilrockers–এ লিক কৰিলে শ্বাহিদ কাপুৰৰ ছবি ‘কবিৰ সিং’।
- News18 Assam
- Last Updated: June 22, 2019, 5:19 PM IST
ছবিখন মুক্তি পোৱাৰ কেইটামান ঘণ্টাৰ পিছতে পাইৰেটেড ৱেবছাইট Tamilrockersত অনলাইন লিক হ’ল। ‘কবিৰ সিং’ অনলাইন হোৱাৰ পাইৰেটেড লিংক ছচিয়েল মিডিয়াত বহুতে শ্বেয়াৰ কৰি আছে। কুখ্যাত পাইৰেটেড ৱেবছাইট তামিলৰকাৰ্ছে ছবিখন লিক কৰাৰ লগতে বিনামূলীয়াকৈ ডাউনলোডো কৰিব পাৰিব বুলি প্ৰকাশ কৰে। এইখনেই প্ৰথমখন বলীউড ছবি নহয় যিখন ছবি Tamilrockers–এ লিক কৰিছে। ইয়াৰ পূৰ্বেও ‘দে দে প্যাৰ দে’, ‘টোটেল ধমাল’ আৰু ‘ভাৰত’ৰ ছবিও লিক হৈছে।

