‘হোম ডান্সাৰ’ বিচাৰিছে অভিনেত্ৰী জ্যেকলিনে? নাচৰ ভিডিঅ’ নিৰ্মাণ কৰি পষ্ট কৰক আৰু জিকক লাখ টকা!

News18 Assam | News18-Assam
Updated:May 16, 2020, 3:43 PM IST
‘হোম ডান্সাৰ’ বিচাৰিছে অভিনেত্ৰী জ্যেকলিনে? নাচৰ ভিডিঅ’ নিৰ্মাণ কৰি পষ্ট কৰক আৰু জিকক লাখ টকা!
আকৰ্ষণীয় ৰূপত আকৌ এবাৰ ‘বড় লোকৰ বেটি লো’ নাচিলে জ্যেকলিনে!

আকৰ্ষণীয় ৰূপত আকৌ এবাৰ ‘বড় লোকৰ বেটি লো’ নাচিলে জ্যেকলিনে!

  • Share this:
এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ আছে সকলো। এনে পৰিস্থিতিৰ সৈতে আগতে কোনোদিন মোকাবিলা কৰা নাই ভাৰতে। অভিনেতা-অভিনেত্ৰীসকলেও এতিয়া ঘৰতে পাৰ কৰিছে সময়। কিন্তু ল’ক ডাউনৰ মাজতে অভিনেত্ৰী জ্যেকলিনে আনিছে এটা ভাল খবৰ।

অভিনেত্ৰীগৰাকীয়ে এতিয়া ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’। ল’ক ডাউনৰ সময়ত ঘৰতে এতিয়া নিৰ্মাণ কৰক নিজৰ পচন্দৰ গীতৰ ভিডিঅ’। আৰু ঘৰতে থাকি অংশ লওক নৃত্যৰ প্ৰতিযোগিতাত। আৰু লাভ কৰিব এক লাখ টকাৰ পুৰষ্কাৰ।

কিদৰে কৰিব অংশগ্ৰহণঃ



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading