‘আছিকি মে তেৰী’ গীতেৰে আকৌ চৰ্চাত ৰাণু মণ্ডল, এইবাৰ কৰিব গীতৰ ভিডিঅ’ত অভিনয়!

News18-Assam
Updated:November 16, 2019, 4:04 PM IST
‘আছিকি মে তেৰী’ গীতেৰে আকৌ চৰ্চাত ৰাণু মণ্ডল, এইবাৰ কৰিব গীতৰ ভিডিঅ’ত অভিনয়!
মুক্তিৰ পিছতেই ৪ মিলিয়নৰ ঘৰ স্পৰ্শ Youtube ত।

মুক্তিৰ পিছতেই ৪ মিলিয়নৰ ঘৰ স্পৰ্শ Youtube ত।

  • Share this:
ৰাণু মণ্ডলৰ গীত মানেই এতিয়া ছুপাৰহীট। যিটো গীতেই গাইছে সেইটোৱেই আদৰিছে দৰ্শকে । সংগীত পৰিচালক হিমেশ ৰেশমিয়াই এতিয়া গীত কৰিছে কেৱল ৰাণু মণ্ডলৰ লগত। ৰাণু আৰু হিমেশৰ নতুন গীত আছিকি মে তেৰী অলপতে পালে মুক্তি। ৰাণু মণ্ডলে এতিয়া হিমেশ ৰেশমিয়াৰ এটা নতুন গীতৰ ভিডিঅ’টো ভুমুকি মাৰিব বুলি চৰ্চালৈ আহিছে। বিশেষ সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাণুৱে অভিনয় কৰিবলগীয়া গীতৰ অডিঅ’ৰ কাম ইতিমধ্যে শেষ কৰিছে হিমেশ ৰেশমিয়াই।

ৰাণু, হিমেশৰ কণ্ঠত ‘আছিকি মে তেৰী’ শুনক

আৰু চাওক
পৰৱৰ্তী বাতৰি