ৰাণু মণ্ডলৰ কণ্ঠৰে মুকলি হ’ল ‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ, Youtube জোৱাৰ, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 7, 2020, 5:03 PM IST
ৰাণু মণ্ডলৰ কণ্ঠৰে মুকলি হ’ল ‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ, Youtube জোৱাৰ, চাওক VIDEO
‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে ইউটিউবত উঠিছে জোৱাৰ।

‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে ইউটিউবত উঠিছে জোৱাৰ।

  • Share this:
বলীউদৰ সংগীত পৰিচালক, কণ্ঠশিল্পী হিমেশ ৰেছামিয়াৰ ছবি ‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ মুকলি। এই ছবিখনৰ ট্ৰেইলাৰত হিমেশ ৰেছামিয়াক দ্বৈত চৰিত্ৰত দেখা গৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ট্ৰেইলাৰৰ আৰম্ভণিতেই আছে ৰাণু মণ্ডলৰ কণ্ঠস্বৰ। ‘হেপী হাৰ্ডী এণ্ড হীৰ’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে ইউটিউবত উঠিছে জোৱাৰ। ছবিখনৰ মুক্তিৰ তাৰিখো সলনি কৰা হৈছে। এতিয়া ২০২০ৰ ৩০ জানুৱাৰীত মুক্তিলাভ কৰিব ছবিখন।

ছবিখনৰ ট্ৰেইলাৰত হেপী হাৰ্ডী এণ্ড হীৰৰ প্ৰেম কাহিনীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। বিগত বৰ্ষৰ আটাইতকৈ চৰ্চিত গান ‘তেৰী মেৰী...’ৰে আৰম্ভণি হৈছে ছবিখনৰ ট্ৰেইলাৰ। এই গীতটোত কণ্ঠদান কৰিছে ছচিয়েল মিডিয়া ছেনজেচন ৰাণু মণ্ডলে। ৰাণু মণ্ডলৰ বাবেই এই ছবিখনে লাভ কৰিছে বিশেষ চৰ্চা।

চাওক ছবিখনৰ ট্ৰেইলাৰ :


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি