কাষেৰে পাৰ হ’ল বহুজন, কোনেও নোৱাৰিলে চিনিব!ছদ্মবেশেৰে ৰাজপথত অমিতাভ বচ্চন আৰু আয়ুষ্মান খুড়ানা

বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু অভিনেতা আয়ুষ্মান খুড়ানাই বেশ ধৰি বহু সময় কটালে মুম্বাইৰ ৰাজপথত

News18-Assam
Updated:October 30, 2019, 7:35 PM IST
কাষেৰে পাৰ হ’ল বহুজন, কোনেও নোৱাৰিলে চিনিব!ছদ্মবেশেৰে ৰাজপথত অমিতাভ বচ্চন আৰু আয়ুষ্মান খুড়ানা
বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু অভিনেতা আয়ুষ্মান খুড়ানাই বেশ ধৰি বহু সময় কটালে মুম্বাইৰ ৰাজপথত
News18-Assam
Updated: October 30, 2019, 7:35 PM IST
বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু অভিনেতা আয়ুষ্মান খুড়ানাই বেশ ধৰি বহু সময় কটালে মুম্বাইৰ ৰাজপথত। কাষৰেৰে বহুজন পাৰ হৈ গ’ল যদিও কেনেও চিনিবই নোৱাৰিলে দুয়োজনক। অমিতাভ বচ্চন আৰু আয়ুষ্মান খুড়ানা অভিনীত ছবি ‘Gulabo Sitabo’ৰ এক বিশেষ শ্বুটিঙৰ ফটো এইয়া। দুয়োগৰাকীয়ে ছবিখনৰ বাবে আচৰিত ধৰণে সলনি কৰিছে নিজৰ গেট আপ। আগন্তুক বৰ্ষৰ ২৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে মুক্তিলাভ কৰিব ছবিখন। অমিতাভ বচ্চন আৰু আয়ুষ্মান খুড়ানাৰ ফটোখন এই ফটোখন কিছু সময়ৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি