உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আপুনি গৰ্ভৱতী নেকি? সাংবাদিকৰ প্ৰশ্নত কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

    আপুনি গৰ্ভৱতী নেকি? সাংবাদিকৰ প্ৰশ্নত কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

    source-Google

    source-Google

    বৰ্তমান অভিনেত্ৰীগৰাকী নতুন ছবি ‘Chhapaak’ৰ প্ৰম’চনত ব্যস্ত

    • Share this:
    অভিনেত্ৰী দীপিকা পাডুকন গৰ্ভাৱতী বুলি ওলাইছে খবৰ। এই খবৰটোক লৈ এতিয়া বলীউদতো বিশেষ চৰ্চা চলিছে। ৰণবীৰ আৰু দীপিকা পাডুকনক বলীউদৰ অন্যতম সফল দম্পত্তি বুলিও জনা যায়। এইবাৰ দীপিকাই এচিড আক্ৰমণৰ বলি হোৱা সকলৰ সৈতে উদযাপন কৰে নিজৰ জন্মদিন।



    দীপিকা পাডুকন এই কেইদিন নিজৰ নতুন ছবি Chhapaakৰ প্ৰচাৰত ব্যস্ত। প্ৰচাৰৰ সময়তে এগৰাকী সাংবাদিকে দীপিকাক প্ৰশ্ন কৰে যে, ‘আপুনি গৰ্ভাৱতী বুলি খবৰ ওলাইছে, কথাটো সঁচানে?

    তেতিয়া দীপিকাই উত্তৰত কয় যে, ‘মোক কি গৰ্ভাৱতীৰ দৰে দেখাত লাগিছে নেকি? আৰু  মইতো আপোনাক  কয়, পৰিয়াল বঢ়োৱাৰ পৰিকল্পনা নকৰো। আৰু যদি মই গৰ্ভাৱতী হও, তেন্তে ৯ মাহ হ’ল। চাওক!’



     




    View this post on Instagram




     

    it’s the time to disco!💋


    A post shared by Deepika Padukone (@deepikapadukone) on




    Published by:Himangshu Bhuyan
    First published: