বিমানবন্দৰত ID বিচাৰি দীপিকা পাডুকণক ৰখালে সুৰক্ষা কৰ্মীয়ে,তাৰ পিছত....

News18-Assam
Updated:June 23, 2019, 10:56 PM IST
বিমানবন্দৰত ID বিচাৰি দীপিকা পাডুকণক ৰখালে সুৰক্ষা কৰ্মীয়ে,তাৰ পিছত....
আই ডি দেখুওৱাৰ পিছত হে সুৰক্ষাকৰ্মীয়ে দীপিকাক বিমানবন্দৰৰ ভিতৰত সুমুওৱাৰ অনুমতি দিয়ে

আই ডি দেখুওৱাৰ পিছত হে সুৰক্ষাকৰ্মীয়ে দীপিকাক বিমানবন্দৰৰ ভিতৰত সুমুওৱাৰ অনুমতি দিয়ে

  • Share this:
বলিউডৰ অভিনেতা অভিনেত্ৰী সকলক প্ৰায়ে বিমানবন্দৰত অহা যোৱা কৰা দেখা যায়! বিমানবন্দৰত এইবাৰ দীপিকা পাডুকণ সন্মুখীন হ’বলগীয়া হ’ল এক অবাঞ্চিত পৰিস্থিতিৰ।নিজৰ পিতৃৰ সৈতে বিমানবন্দৰলৈ গৈ থকা অৱস্থাত, এন্ট্ৰী গেটত সুৰক্ষা কৰ্মীয়ে দীপিকাক গেটত ৰখাই IDবিচাৰে।

পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে সুৰক্ষাকৰ্মীয়ে দীপিকাক ID বিচৰা ভিডিঅ’টো। আই ডি দেখুওৱাৰ পিছত হে সুৰক্ষাকৰ্মীয়ে দীপিকাক বিমানবন্দৰৰ ভিতৰত সুমুওৱাৰ অনুমতি দিয়ে।




 





View this post on Instagram




 

Thy shall always obey rules 👍 #deepikapadukone


A post shared by Viral Bhayani (@viralbhayani) on




আৰু চাওক
পৰৱৰ্তী বাতৰি