এয়া কি কৰিলে শ্বাহৰুখ খানৰ কন্যা সুহানাই ! ইণ্টাৰনেটত ধুমুহাৰ গতিত ভাইৰেল হ'ল ভিডিও

News18 Assam | News18-Assam
Updated:May 2, 2021, 7:46 AM IST
এয়া কি কৰিলে শ্বাহৰুখ খানৰ কন্যা সুহানাই ! ইণ্টাৰনেটত ধুমুহাৰ গতিত ভাইৰেল হ'ল ভিডিও
সুহানা খানৰ ভিডিও দেখি সকলো মুগ্ধ।

সুহানা খানৰ ভিডিও দেখি সকলো মুগ্ধ।

  • Share this:
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ কন্যা সুহানা খান প্ৰায়ে চৰ্চাত থাকে। ছচিয়েল মিডিয়াতো এক্টিভ সুহানা। সুহানাৰ ফেন-ফলোৱাৰৰ সংখ্যাও চকুত লগা। ছচিয়েল মিডিয়াত শ্বাহৰুখ কন্যাই ফটো বা যিকোনো পোষ্ট শ্বেয়াৰ কৰিলে লগে লগে ভাইৰেল হৈ পৰে। এতিয়ালৈকে যদিও ছবিত অভিনয় কৰা নাই, তথাপিও শীঘ্ৰে বলীউদত সুহানাই প্ৰৱেশ কৰিব বুলি চৰ্চা চলা দেখা যায়।

এই মুহূৰ্তত ইণ্টাৰনেটত ভাইৰেল হৈছে সুহানাখানৰ এটা বিশেষ ভিডিও। ভিডিওটোৱে মুগ্ধ কৰিছে সকলোকে। চাওক সুহানা খানৰ থ্ৰো বেক ভিডিও।



ভিডিওটোত সুহানাক দেখা গৈছে পিতৃ শ্বাহৰুখ খানৰ সৈতে। সুহানা একেবাৰে সৰু হৈ থকাৰ সময়ৰ ভিডিওটোত দেখা গৈছে যে, মাতৃ গৌৰী খানক নকল কৰি শ্বাহৰুখ খানক কথা কৈছে সুহানাই। আনকি কিদৰে শ্বাহৰুখ খানৰ 'শাসন' কৰে, সেয়াও দেখা গৈছে!

ভিডিওটো ছচিয়েল মিডিয়াতো হৈছে ভাইৰেল। বহুতে কৰিছে আকৰ্ষণীয় কমেণ্ট।
Published by: Himangshu Bhuyan
First published: May 2, 2021, 7:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি