য়ামী গৌতমৰ সৈতে আয়ুষ্মান খুৰানাৰ অন্তৰংগ মুহূৰ্ত! ক্ষোভ প্ৰকাশ আয়ুষ্মানৰ পত্নীৰ

News18-Assam
Updated:November 18, 2019, 12:13 PM IST
য়ামী গৌতমৰ সৈতে আয়ুষ্মান খুৰানাৰ অন্তৰংগ মুহূৰ্ত! ক্ষোভ প্ৰকাশ আয়ুষ্মানৰ পত্নীৰ
Source-Google

বৰ্তমান বলীউদৰ অন্যতম সফল অভিনেতা আয়ুষ্মান খুড়ানাৰ পত্নীয়ে প্ৰথম বাৰলৈ প্ৰকাশ কৰিছে বিশেষ মন্তব্য!

  • News18 Assam
  • Last Updated: November 18, 2019, 12:13 PM IST
  • Share this:
বলীউদৰ অন্যতম সফল অভিনতা আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা কাশ্যপৰ বিশেষ মন্তব্য। লেখিকা, ফিল্ম–নিৰ্মাতা তাহিৰাই প্ৰথমবাৰৰ বাবে মুখ খোলিছে য়ামী গৌতমৰ সৈতে আয়ুষ্মান খুৰানাৰ অন্তৰংগ মুহূৰ্তৰ সম্পৰ্কত। তাহিৰাই কয় যে, যেতিয়া আয়ুষ্মানে য়ামী গৌতমৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱা দৃশ্যত অভিনয় কৰে তেতিয়া তেওঁ নিজকে অসুৰক্ষিত অনুভৱ কৰে। বৰ্তমান তেওঁ কিদৰে এই কথা বোৰ পাহৰি থাকিব পাৰে, তাৰ বাবে নিজকে প্ৰস্তুত কৰিছে। উল্লেখযোগ্য যে, তাহিৰাই দীৰ্ঘদিন কৰ্কট ৰোগৰ সৈতে যুদ্ধ কৰি বৰ্তমান সুস্থ হৈ উঠিছে।

তাহিৰাই  লগতে কয় যে, যেতিয়া বিকি ডনাৰ ছবিখনত আয়ুষ্মান খুৰানা আৰু য়ামীৰ অন্তৰংগ দৃশ্য দেখিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ ৰূপে অপ্ৰস্তুত হৈ পৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি