মাটিত বাগৰি ধৰফৰাইছে আমীৰ খানৰ জীয়ৰী ইৰা খান! কিন্তু কিয়, চাওক Video

আমীৰ খানৰ প্ৰথমা পত্নীৰ জীয়ৰী হ’ল ইৰা

News18-Assam
Updated:October 28, 2019, 9:06 PM IST
মাটিত বাগৰি ধৰফৰাইছে আমীৰ খানৰ জীয়ৰী ইৰা খান! কিন্তু কিয়, চাওক Video
Photo Source-Instagram
News18-Assam
Updated: October 28, 2019, 9:06 PM IST
বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খানৰ জীয়ৰী ইৰা খানে মাটিত বাগৰি ধৰফৰাইছে। কিবা সমস্যাত পৰিছে তাই। মাটিত বাগৰি বাগৰি আগলৈ যাবলৈও চেষ্টা কৰিছে ইৰাই। কিন্তু কি হৈছে ইৰাৰ? তাই কিয় এনে কৰিছে। কোনেও আনকি ইৰাক সহায় কৰিবলৈও আগবাঢ়ি অহা নাই। ইৰাৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সংবাদ মাধ্যমতো বিশেষ চৰ্চিত হৈছে বিষয়টো।

লগতে পঢ়ক–  ইটোৰ পিছত সিটো ভোজপুৰী গীতে অতিক্ৰম কৰিছে বলীউদক! কাজল ৰাঘবানীৰ জোৰদাৰ গীতে সৃষ্টি কৰিছে ধুমুহাৰ

আমীৰ খানৰ প্ৰথমা পত্নীৰ জীয়ৰী হ’ল ইৰা। ইয়াৰ নিজেই এই ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কিন্তু প্ৰকৃততে কিয় এনে আচৰণ কৰিছে ইৰাই। তাৰ আগত তলৰ ভিডিঅ’ টো চাওক।




 





View this post on Instagram




 

I'm not very good at acting. I'm shy. And its something I never bothered to work on because I didn't want to act. Turns out.. You need to act from time to time if you want to direct. Or be able to, willing to or, at the very least, understand how it works. It makes me have to get over myself, (which is great). Sometimes I manage, sometimes I don't. I'm working on it. The key is pariticupating. . . . #medeatheplay #nautankisaproduction #presentedbyentropy #theatre #theatredirector #mumbaitheatre #bangaloretheatre #thisdecember #comingsoon #medea #directing #directorialdebut #director #acting #actingfordirectors #rehearsal #understudy #perform #letgo #participate #comfortzone #getoveryourself #bewilling #allow #flow #drama #bedramatic #nahi #headflip #melodrama


A post shared by Ira Khan (@khan.ira) on




আৰু চাওক পৰৱৰ্তী বাতৰি