• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াক ICUত ভৰ্তি, ব্ৰিটেইনৰ পৰা শ্বুটিং এৰি মুম্বাইত উপস্থিত অভিনেতাজন

অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াক ICUত ভৰ্তি, ব্ৰিটেইনৰ পৰা শ্বুটিং এৰি মুম্বাইত উপস্থিত অভিনেতাজন

খবৰ অনুসৰি, অক্ষয় কুমাৰে নিজৰ মাতৃৰ খবৰ শুনি শীঘ্ৰে ব্ৰিটেইনৰ পৰা মুম্বাইলৈ ৰাওনা হয়।

খবৰ অনুসৰি, অক্ষয় কুমাৰে নিজৰ মাতৃৰ খবৰ শুনি শীঘ্ৰে ব্ৰিটেইনৰ পৰা মুম্বাইলৈ ৰাওনা হয়।

খবৰ অনুসৰি, অক্ষয় কুমাৰে নিজৰ মাতৃৰ খবৰ শুনি শীঘ্ৰে ব্ৰিটেইনৰ পৰা মুম্বাইলৈ ৰাওনা হয়।

  • Share this:
বলীউদৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়া বিগত কিছুদিন ধৰি অসুস্থ হৈ থকাৰ পিছত তেওঁক মুম্বাইৰ হীৰানন্দানী হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। হিন্দুস্তান টাইমছত প্ৰকাশিত এক খবৰ অনুসৰি, অক্ষয় কুমাৰে অসুস্থ মাতৃক চাবলৈ সোমবাৰে পুৱা ব্ৰিটেইনৰ পৰা শ্বুটিং এৰি মুম্বাইত উপস্থিত হয়। অক্ষয় কুমাৰে নিজৰ ছবি ‘ছিণ্ড্ৰেলা’ৰ শ্বুটিঙৰ বাবে ব্ৰিটেইনলৈ গৈছিল।

খবৰ অনুসৰি, অক্ষয় কুমাৰে নিজৰ মাতৃৰ খবৰ শুনি শীঘ্ৰে ব্ৰিটেইনৰ পৰা মুম্বাইলৈ ৰাওনা হয়। কিন্তু তেওঁ ছবি নিৰ্মাতাক এনে ধৰণৰ দৃশ্যৰ শ্বুটিং অব্যাহত ৰাখিবলৈ কয় য’ত তেওঁৰ উপস্থিতিৰ আৱশ্যকতা নাই।
Published by:Sanjay Kumar Das
First published: