আকৌ মাতৃ হ’বলৈ ওলাইছে ঐশ্বৰ্য ৰায়! ছচিয়েল মিডিয়াত সৰব আলোচনা

News18-Assam
Updated:November 13, 2019, 12:57 PM IST
আকৌ মাতৃ হ’বলৈ ওলাইছে ঐশ্বৰ্য ৰায়! ছচিয়েল মিডিয়াত সৰব আলোচনা
Source-Google

ছচিয়েল মিডিয়াত ঐশ্বৰ্য ৰায় বচ্চনৰ এনে কিছু ফটো ভাইৰেল হৈছে, ফটো দেখি বিভিন্ন জনে কৈছে– আকৌ মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী।

  • News18 Assam
  • Last Updated: November 13, 2019, 12:57 PM IST
  • Share this:
ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ফটোক কেন্দ্ৰ কৰি চৰ্চা চলিছে ছচিয়েল মিডিয়াত। ফটো খনত ঐশ্বৰ্যক আগতকৈ কিছু পৃথক ৰূপত দেখিবলৈ পোৱা গৈছে। ফটোখনত ঐশ্বৰ্যই পিন্ধা পোছাকক কেন্দ্ৰ কৰি বহুতে কৈছে যে, আকৌ মাতৃ হ’বলৈ আগবাঢ়িছে ঐশ্বৰ্য ৰায়।



দৰাচলতে ঐশ্বৰ্য আৰু অভিষেক বচ্চন মুকেশ আম্বানীৰ ভগ্নী নীনা কোঠাৰীৰ কন্যা নয়নতৰাৰ প্ৰী–ৱেডিং পাৰ্টীত উপস্থিত আছিল। পাৰ্টীত ঐশ্বৰ্য ৰায় ৰঙা ৰঙৰ চেলুৱাৰ পৰিধান কৰি আহিছিল।



পৰিধান কৰা পোছাকত ঐশ্বৰ্য ৰায়ক গৰ্ভৱতী মহিলাৰ দৰে লাগিছিল। ফলত বহুুতে সন্দেহ কৰে  যে, এগৰাকী কন্যা সন্তানৰ মাতৃ ঐশ্বৰ্য আকৌ এবাৰ মাতৃ হ’বলৈ ওলাইছে!

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি