• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 'কাপোৰ পিন্ধা নাই নেকি?'- অভিনেত্ৰী ইলিয়েনা ডিক্ৰুজৰ Bedroom Selfieৰ ওপৰত সকলোৰে চকু

'কাপোৰ পিন্ধা নাই নেকি?'- অভিনেত্ৰী ইলিয়েনা ডিক্ৰুজৰ Bedroom Selfieৰ ওপৰত সকলোৰে চকু

শেহতীয়কৈ ইলিয়েনাই  ইনষ্টাগ্ৰাম একাউণ্টত  এখন বেডৰুম চেলফী পোষ্ট কৰিছিল। 

শেহতীয়কৈ ইলিয়েনাই  ইনষ্টাগ্ৰাম একাউণ্টত  এখন বেডৰুম চেলফী পোষ্ট কৰিছিল। 

শেহতীয়কৈ ইলিয়েনাই  ইনষ্টাগ্ৰাম একাউণ্টত  এখন বেডৰুম চেলফী পোষ্ট কৰিছিল। 

  • Share this:
বলীউডৰ অভিনেত্ৰী ইলিয়েনা ডিক্ৰুজ ছচিয়েল মিডিয়াত অত্যন্ত এক্টিভ। প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে নিজৰ বোল্ড তথা আকৰ্ষণীয় ফটো। শেহতীয়কৈ ইলিয়েনাই  ইনষ্টাগ্ৰাম একাউণ্টত  এখন বেডৰুম চেলফী পোষ্ট কৰিছিল।



ইলিয়েনাই  ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটো দখি বহুতে কৰিছে বিভিন্নধৰণৰ কমেণ্ট।  চেলফী শ্বেয়াৰ কৰি ইলিয়নাই কেপশ্যনত লিখিছে, 'নিজকে ভাল পোৱাৰ দিন। নিজৰ প্ৰতি সদয় হওঁক, নিজকে আঁকোৱালি লওঁক, আৰু আজি নিজকে আলিঙ্গন কৰক আৰু আপুনি উপভোগ কৰিব পৰা আশ্চৰ্যকৰ বস্তুবোৰ উপভোগ কৰক।'




ফটোখনত ইলিয়েনাক টপ বা চাৰ্ট পৰিধান কৰা দেখিবলৈ পোৱা নাই।ফটোখনে পাঁচ লাখতকৈও অধিক লাইক পাইছে আৰু ২,০০০ তকৈও অধিক লোকে কমেণ্ট কৰিছে।  এজন নেটিজেনে কৈছে, 'আপুনি পোছাক পিন্ধিছিলনে?' আনএজন নেটিজেনে মন্তব্য কৰিছিল, 'অনুগ্ৰহ কৰি কেৱল শৰীৰৰ চাদৰখন আঁতৰাওক'।

শেহতীয়াকৈ অভিনেত্ৰী ইলিয়েনাক 'দ্য বিগ বুল' নামৰ ছবিখনত দেখা গৈছিল। ইলিয়েনাই বলীউড আৰু দক্ষিণ উদ্যোগত কেইবাখনো হিটছবিত অভিনয় কৰিছে। ইলিয়েনাই এখন তেলেগু চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।
Published by:Himangshu Bhuyan
First published: