VIDEO: ২০২০ ৰ বৰদিনৰ দিনা মুক্তি পাব আমীৰৰ ‘লাল সিং ছড্ডা ‘,মুকলি হ’ল First Look!

ছবিখনত আমীৰ খানৰ বিপৰীতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰে

News18-Assam
Updated:November 6, 2019, 2:01 PM IST
VIDEO: ২০২০ ৰ বৰদিনৰ দিনা মুক্তি পাব আমীৰৰ ‘লাল সিং ছড্ডা ‘,মুকলি হ’ল First Look!
Source-Google
News18-Assam
Updated: November 6, 2019, 2:01 PM IST
২০২০ চনৰ বৰদিনৰ দিনা মুক্তিপাব জনপ্ৰিয় অভিনেতা আমীৰ খানৰ নতুন ছবি ‘লাল সিং ছড্ডা’। বুধবাৰে ছবিখনৰ First Look, নিজৰ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰে অভিনেতা জনে। প’ষ্টাৰ খনৰ লগতে ছবিখনৰ সংগীতৰো কিছু আভাস দিয়া হৈছে।

আমিৰ খানৰ নতুন ছবি ‘লাল সিং ছড্ডা’  হলীউদৰ ছবি ‘Forrest Gump’ ৰ ৰিমেক। ছবিখনত আমীৰ খানৰ বিপৰীতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰে। প্ৰথমে ছবিখনত শ্বাহৰুখ খানে অভিনয় কৰাৰ কথা আছিল যদিও, শেষত ছবিখন প্ৰযোজনাৰ দায়িত্ব আমীৰ খান প্ৰডাকছনে লোৱাত ছবিখনত অভিনয়ৰ বাবে সাজু হয় আমীৰ খান। ছবি খন পৰিচালনা কৰিছে অদভেইড চন্দনে।

চাওক First Look



আৰু চাওক পৰৱৰ্তী বাতৰি