ছানী লিয়নীৰ সৈতে প্ৰেম ছলমান খানৰ! স্বীকাৰ কৰিলে ছলমান খানে, লগে লগে ভাইৰেল Video

News18 Assam | News18-Assam
Updated:January 6, 2021, 2:15 PM IST
ছানী লিয়নীৰ সৈতে প্ৰেম ছলমান খানৰ! স্বীকাৰ কৰিলে ছলমান খানে, লগে লগে ভাইৰেল Video
বিগ বছ ১৪ৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ছানী লিয়নীক।

বিগ বছ ১৪ৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ছানী লিয়নীক।

  • Share this:
অভিনেত্ৰী ছানী লিয়নীৰ সৈতে প্ৰেম হৈছে ছলমান খানৰ!  এই কথা ছানী লিয়নীৰ আগত নিজ মুখে স্বীকাৰ কৰিলে ছলমান খানে। বিগ বছ ১৪ৰ মঞ্চত দেখিবলৈ পোৱা যাব
অভিনেত্ৰী ছানী লিয়নীক। ষ্টেজত ছলমান খানৰ সৈতে একেলগে দেখা যাব অভিনেত্ৰীগৰাকীক।



ইতিমধ্যে ভাইৰেল হোৱা এটা ভিডিঅ’ত ছানী লিয়নী আৰু  ছলমান খানৰ মাজত বহু অন্তৰংগ মুহূৰ্ত দেখিবলৈ পোৱা  গৈছে।

লগতে পঢ়ক-  বিবাহিত হৈও আনৰ কথা কল্পনা কৰি হস্তমৈথুন কৰা অপ্ৰাকৃতিক নে কি? বিশেষজ্ঞই কি কয়?
ছলমান খানক ছানী লিয়নীয়ে সুধিছিল যে, আপোনাৰ দুৰ্বলতা কি? লগে লগে ছলমান খানে উত্তৰ দিয়ে, ‘আপোনাৰ সৈতে মোৰ প্ৰেম হৈ গ’ল। ইয়াক কয় ‘লোভেৰিয়া’।










View this post on Instagram






A post shared by ColorsTV (@colorstv)






অনুষ্ঠানৰ মাজতে দুয়ো দুয়োকে সাৱটি ধৰাও দেখিবলৈ পোৱা গ’ল। ইতিমধ্যে ইয়াৰ এটা সৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: January 6, 2021, 2:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading