বলীউদৰ মহানায়ক অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান

News18 Assam | News18-Assam
Updated:December 29, 2019, 5:17 PM IST
বলীউদৰ মহানায়ক অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান
চলচ্চিত্ৰ জগতলৈ আবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয় বলীউদৰ বিগ বিলৈ।

চলচ্চিত্ৰ জগতলৈ আবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয় বলীউদৰ বিগ বিলৈ।

  • Share this:
বলীউদৰ মহানায়ক অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে এই সন্মান। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অমিতাভ বচ্চনলৈ আগবঢ়োৱা হয় এই বঁটা। চলচ্চিত্ৰ জগতলৈ আবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয় বলীউদৰ বিগ বিলৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি