জিম বন্ধ! এনেদৰেই এতিয়া ঘৰত ব্যস্ত জনপ্ৰিয় অভিনেত্ৰী ভুমি পেডনেকাৰ, শ্বেয়াৰ কৰিলে ভিডিঅ’

News18 Assam | News18-Assam
Updated:May 15, 2020, 4:55 PM IST
জিম বন্ধ! এনেদৰেই এতিয়া ঘৰত ব্যস্ত জনপ্ৰিয় অভিনেত্ৰী ভুমি পেডনেকাৰ, শ্বেয়াৰ কৰিলে ভিডিঅ’
ছচিয়েল মিডিয়াত লাভ কৰিছে বিশেষ চৰ্চা

ছচিয়েল মিডিয়াত লাভ কৰিছে বিশেষ চৰ্চা

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ভুমি পেডনেকাৰে এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে বিশেষ চৰ্চা। ল’ক ডাউনৰসময়ত অনুৰাগীক ফিট থাকিবলৈ বিশেষ টিপছ দিলে অভিনেত্ৰীগৰাকীয়ে।

ল’ক ডাউনৰ সময়ত এতিয়া বন্ধ হৈ আছে জিম। গতিকে এতিয়া ঘৰতেই দৈনিক ৱৰ্ক আউট কৰিছে অভিনেত্ৰী ভুমি পেডনেকাৰে। অভিনেত্ৰীগৰাকীয়ে ল’ক ডাউনৰ পূৰ্বে জিমত ৱৰ্ক আউট কৰি থকা ভিডিঅ’শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’




 





View this post on Instagram




 

♥️💪🏻 #throwbackthursday . . . #goodmorning #majormissing #pilates @neelamstotalfitnessstudio


A post shared by Bhumi✨ (@bhumipednekar) on




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading