ভোজপুৰী গীতত অভিনেত্ৰী ৰাণী চেটাৰ্জীয়ে নাচি থাকোতেই কি হ’ল চাওক!

News18-Assam
Updated:November 8, 2019, 12:43 PM IST
ভোজপুৰী গীতত অভিনেত্ৰী ৰাণী চেটাৰ্জীয়ে নাচি থাকোতেই কি হ’ল চাওক!
অভিনেত্ৰীগৰাকীয়ে নৃত্য কৰা ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত

অভিনেত্ৰীগৰাকীয়ে নৃত্য কৰা ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত

  • Share this:
ভোজপুৰী অভিনেত্ৰী ৰাণী চেটাৰ্জীয়ে নিজৰ বন্ধুৰ সৈতে এটা ভোজপুৰী গীতত নৃত্য কৰি আছিল। কিন্তু নাচি থাকোতেই হৰ্ঠাৎ থমকি ৰ’ল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়ে নৃত্য কৰা ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।

ৰাণীয়ে ভোজপুৰী অভিনেতা কেশৰী লালে অভিনয় কৰা গীতৰ ভিডিঅ’ত এনেদৰে নৃত্য কৰি এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। বহুতে পিছত অভিনেত্ৰীগৰাকীক উচ্চ প্ৰশংসা কৰাও দেখা গৈছে।

চাওক ভিডিঅ’




 





View this post on Instagram




 

#behindthescenes #bigboss13 #thikhai #dance #mood #with #raveena


A post shared by Rani Chatterjee Official (@ranichatterjeeofficial) on




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading