ইটোৰ পিছত সিটো ভোজপুৰী গীতে অতিক্ৰম কৰিছে বলীউদক! কাজল ৰাঘবানীৰ জোৰদাৰ গীতে সৃষ্টি কৰিছে ধুমুহাৰ

ভাইৰেল হৈছে কেশৰী লাল যাদৱ আৰু কাজল ৰাঘৱানীৰ নতুন ভোজপুৰী গীত ‘ বৰ্হ গেয়া বিপি’

News18-Assam
Updated:October 28, 2019, 9:02 PM IST
ইটোৰ পিছত সিটো ভোজপুৰী গীতে অতিক্ৰম কৰিছে বলীউদক! কাজল ৰাঘবানীৰ জোৰদাৰ গীতে সৃষ্টি কৰিছে ধুমুহাৰ
ভাইৰেল হৈছে কেশৰী লাল যাদৱ আৰু কাজল ৰাঘৱানীৰ নতুন ভোজপুৰী গীত ‘ বৰ্হ গেয়া বিপি’
News18-Assam
Updated: October 28, 2019, 9:02 PM IST
ইটোৰ পিছত সিটো ভোজপুৰী গীতে এতিয়া অতিক্ৰম কৰিছে বলীউদক। ভোজপুৰী ছবিৰ গীত মুক্তি দিলেই ভাইৰেল হৈছে ছচীয়েল মিডিয়াত। অলপতে মুক্তি লাভ কৰিল কেশৰী লাল যাদৱ আৰু কাজল ৰাঘৱানী অভিনাত নতুন ভোজপুৰী গীত ‘ বৰ্হ গেয়া বিপি’। গীতটো মুক্তি দিয়াৰ পিছতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

চাওক গীতটোৰ ভিডিঅ’
আৰু চাওক পৰৱৰ্তী বাতৰি