உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • VIDEO: প্ৰভূদেৱাৰ এই গীতটোত আকৰ্ষণীয় নৃত্য কৰিলে এইগৰাকী অভিনেত্ৰীয়ে! মুহূৰ্তৰ ভিতৰতে ভাইৰেল

    VIDEO: প্ৰভূদেৱাৰ এই গীতটোত আকৰ্ষণীয় নৃত্য কৰিলে এইগৰাকী অভিনেত্ৰীয়ে! মুহূৰ্তৰ ভিতৰতে ভাইৰেল

    জনপ্ৰিয় নৃত্য নিৰ্দেশক প্ৰভূ দেৱাৰ ‘মুকাৱালা’ শীৰ্ষক গীতত নৃত্য কৰিলে বলীউদ আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীয়ে

    • Share this:
    ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে এগৰাকী অভিনেত্ৰীৰ এক বিশেষ ভিডিঅ’। জনপ্ৰিয় নৃত্য নিৰ্দেশক প্ৰভূ দেৱাৰ ‘মুকাৱালা’ শীৰ্ষক গীতত নৃত্য কৰিলে বলীউদ আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীৰ নাম মনালিছা। ভোজপুৰী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী মনালিছা এতিয়া হিন্দী ধাৰাবাহিকতো অত্যন্ত ব্যস্ত।

    View this post on Instagram

    Can’t Control Dancing On This Iconic Song And The Iconic Step.... #Muqabla #song #masti #fun #selfie #video #onset

    A post shared by MONALISA (@aslimonalisa) on

    Published by:Himangshu Bhuyan
    First published: