চলমান খানে নিৰাপত্তাৰক্ষীক কি কাৰণে শোধালে কাণতলীয়া চৰ? চাওক ভিডিঅ’

মঙলবাৰে মিডিয়া আৰু চেলেব্ৰিটীসকলৰ বাবে চলমান খানৰ ছবি ‘ভাৰত’ৰ স্ক্ৰীণিং ৰখা হৈছিল। য’ত উপস্থিত আছিল চলমান খান।

Dulu Medhi | news18assam
Updated:June 5, 2019, 6:35 PM IST
চলমান খানে নিৰাপত্তাৰক্ষীক কি কাৰণে শোধালে কাণতলীয়া চৰ? চাওক ভিডিঅ’
মঙলবাৰে মিডিয়া আৰু চেলেব্ৰিটীসকলৰ বাবে চলমান খানৰ ছবি ‘ভাৰত’ৰ স্ক্ৰীণিং ৰখা হৈছিল। য’ত উপস্থিত আছিল চলমান খান।
Dulu Medhi | news18assam
Updated: June 5, 2019, 6:35 PM IST
মঙলবাৰে মিডিয়া আৰু চেলেব্ৰিটীসকলৰ বাবে বলীউডৰ ভাইজান চলমান খানৰ ছবি ‘ভাৰত’ৰ স্ক্ৰীণিং ৰখা হৈছিল। য’ত উপস্থিত আছিল চলমান খান। স্ক্ৰীণিঙৰ পৰা ওলোৱাৰ সময়ত এটি কণমানিয়ে চলমান খানক চাবলৈ আৰু ফটো তুলিবলৈ চলমানৰ ফালে আগবাঢ়িছিল কিন্তু নিৰাপত্তাৰক্ষীয়ে শিশুটিৰ সৈতে অভদ্ৰ আচৰণ কৰাত চলমান খানৰ সহ্য নহ’ল।

শিশুপ্ৰিয় চলমানৰ নিৰাপত্তাৰক্ষীৰ এই আচৰণ সহ্য নহ’ল আৰু ৰাজহুৱাভাৱে নিৰাপত্তাৰক্ষীক শোধালে কাণতলীয়া চৰ।

 


আৰু চাওক পৰৱৰ্তী বাতৰি