কাঞ্চনজংঘাৰ জ্বৰ! আসনৰ পৰা উঠি গৈ স্ক্ৰীণৰ সন্মুখত দৰ্শকৰ নৃত্য

কাঞ্চনজংঘা চাই অভিভূত দৰ্শক!

News18-Assam
Updated:September 6, 2019, 5:14 PM IST
কাঞ্চনজংঘাৰ জ্বৰ! আসনৰ পৰা উঠি গৈ স্ক্ৰীণৰ সন্মুখত দৰ্শকৰ নৃত্য
কাঞ্চনজংঘা চাই অভিভূত দৰ্শক!
News18-Assam
Updated: September 6, 2019, 5:14 PM IST
আজি মুক্তিপালে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি কাঞ্চনজংঘা। চিত্ৰগৃহত এতিয়া কাঞ্চনজংঘা চাবলৈ দৰ্শকৰ  অভাৱনীয় ভিৰ। বহুতে টিকট নাপাই নিৰাশ মনে উভতি যাবলগীয়াও হৈছে। সেইসময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’!

চিত্ৰগৃহত ছবিখন চলিথকাৰ মাজতে দৰ্শকে আসনৰ পৰা উঠি গৈ কাঞ্চনজংঘাৰ গীতৰ তালে তালে কৰিলে নৃত্য। জুবিন গাৰ্গেও নিজৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে সেই বিশেষ ভিডিঅ’টো।

মুঠৰ ওপৰত এতিয়া জুবিন প্ৰেমীৰ মাজত ব্যাপক উচাহৰ ধল। প্ৰতিটো দৰ্শনীতে  এতিয়া দৰ্শকৰ বিপুল হৰ্ষোল্লাস।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি