உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বাহুবলী–২ ৰ অভিলেখ ভংগ! উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হ’ল কাঞ্চনজংঘা

    বাহুবলী–২ ৰ অভিলেখ ভংগ! উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হ’ল কাঞ্চনজংঘা

    কাঞ্চনজংঘাৰ পিছত ১১ অক্টোবৰত ছবিগৃহলৈ আহিব আন এখন বিগ বাজেট অসমীয়া ছবি ৰত্নাকৰ। ৰত্নাকৰৰ বাবেও এতিয়া চলচিত্ৰ প্ৰেমীয়ে কৰিছে অধীৰ অপেক্ষা

    • Share this:
      জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ। কেৱল অসমতেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে জুবিন গাৰ্গৰ বহু চৰ্চিত অসমীয়া ছবিখন। বাহুবলীৰ–২ ৰ নামত থকা এই অভিলেখ ইতিমধ্যে ভংগ কৰিছে কাঞ্চনজংঘাই।

      ৬ ছেপ্তেম্বৰত মুক্তিলাভ কৰা অসমীয়া ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি। মুক্তিৰ প্ৰথম দিনাৰ পৰাই ছবিখন চাবলৈ ছবিগৃহত দৰ্শকে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে।  ইতিমধ্যে চতুৰ্থ সপ্তাহত ভৰি দিয়া কাঞ্চনজংঘা এতিয়াও সগৌৰৱেৰে চলি আছে ছবিগৃহত।

      কাঞ্চনজংঘাৰ পিছত ১১ অক্টোবৰত ছবিগৃহলৈ আহিব আন এখন বিগ বাজেট অসমীয়া ছবি ৰত্নাকৰ। যতীন বৰা অভিনীত ছবিখনৰ বাবেও এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে চলচিত্ৰ প্ৰেমী সকলে। কাঞ্চনজংঘা দৰে ৰত্নাকৰেও দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে সকলোৱে।
      First published: