অভিলেখ! ১০ দিনত কাঞ্চনজংঘাই ব্যৱসায় কৰিলে ৩.৯৩ কোটি টকা

News18-Assam
Updated:September 17, 2019, 11:42 AM IST
অভিলেখ! ১০ দিনত কাঞ্চনজংঘাই ব্যৱসায় কৰিলে ৩.৯৩ কোটি টকা
মিছন চাইনাৰ সৰ্বমুঠ উপাৰ্জন ভংগ কৰি কাঞ্চনজংঘাই গঢ়িলে নতুন অভিলেখ!

মিছন চাইনাৰ সৰ্বমুঠ উপাৰ্জন ভংগ কৰি কাঞ্চনজংঘাই গঢ়িলে নতুন অভিলেখ!

  • News18 Assam
  • Last Updated: September 17, 2019, 11:42 AM IST
  • Share this:
বক্স অফিছত অভিলেখ গঢ়িলে কাঞ্চনজংঘাই। মুক্তিৰ ১০ দিনৰ পিছতে ৩.৯৩ কেটি টকাৰ ব্যৱসায় কৰি কাঞ্চনজংঘা পৰিগণিত হ’ল অসমীয়া ছবিৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবি ৰূপে। মুক্তিৰ প্ৰথম দিনটোতে ৪০.২ কোটি টকা ব্যৱসায় কৰা ছবিখনে আজিও অব্যাহত ৰাখিছে জয়যাত্ৰা।

ছবিখনৰ ১০ দিনৰ ব্যৱসায় এনেধৰণৰ–


৬ ছেপ্তেম্বৰ– ৪০.২ লাখ টকা।

৭ ছেপ্তেম্বৰ– ৩৮.৫ লাখ টকা।

৮ ছেপ্তেম্বৰ– ৫৯.১ লাখ টকা।

৯ ছেপ্তেম্বৰ–৩৯.৮ লাখ টকা।

১০ ছেপ্তেম্বৰ– ৪৪.৫ লাখ টকা।

১১ ছেপ্তেম্বৰ– ৩৫.৫ লাখ টকা।

১২ ছেপ্তেম্বৰ– ৩১.৪ লাখ টকা।

১৩ ছেপ্তেম্বৰ– ২২.৫ লাখ টকা।

১৪ ছেপ্তেম্বৰ– ৩৪.৮ লাখ টকা।

১৫ ছেপ্তেম্বৰ– ৪৭ লাখ টকা।

অসমবাসীয়ে ছবিখন আদৰি লোৱাৰ বাবে সকলোকে ধন্যবাদ জনালে  জুবিন গাৰ্গে। কাঞ্চনজংঘাৰ সফলতাই এতিয়া কিছু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে অসমীয়া ছবি জগতলৈ।

অহা ১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ছবি ৰত্নাকৰ। ৰত্নাকৰৰ প্ৰতিও এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে অসমীয়া চলচিত্ৰ প্ৰেমীসকল। ৰত্নাকৰো ব্যৱসায়িক ভাবে সফল হ’ব বুলি আশা কৰিছে যতীন বৰাই। 


 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading