টীম ‘ৰত্নাকৰ’ৰ জোৰদাৰ প্ৰচাৰ অভিযান! পাণ্ডু কলেজত ছাত্ৰ–ছাত্ৰীৰ অভূতপূৰ্ব উৎসাহ

News18-Assam
Updated:September 11, 2019, 4:14 PM IST
টীম ‘ৰত্নাকৰ’ৰ জোৰদাৰ প্ৰচাৰ অভিযান! পাণ্ডু কলেজত ছাত্ৰ–ছাত্ৰীৰ অভূতপূৰ্ব উৎসাহ
যতীন বৰাৰ ফেচবুক ৱালৰ পৰা

১১ অক্টোবৰত ছবিগৃহলৈ ৰত্নাকৰ

  • News18 Assam
  • Last Updated: September 11, 2019, 4:14 PM IST
  • Share this:
প্ৰচাৰ অভিযান তুংগত উঠিছে নতুন অসমীয়া ছবি ৰত্নাকৰৰ। অহা ১১ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনক লৈ এতিয়া আশাবাদী অভিনেতা যতীন বৰা। বুধবাৰে টীম ৰত্নকৰে প্ৰচাৰ চলাই মহানগৰৰ পাণ্ডু মহাবিদ্যালয়ত।

যতীন বৰাক উষ্ম আদৰণী


ছাত্ৰ–ছাত্ৰীৰ ব্যাপক হৰ্ষোল্লাসৰ মাজত ছবিখনৰ সংলাপ আওঁৰাই অভিনেতা যতীন বৰাই। অভিনেত্ৰী নিশিতা গোস্বামীয়েও ছবিখন চাবলৈ আহ্বান জনাই ছাত্ৰ–ছাত্ৰীসকলক।



কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰ ছবিখনো যাতে দৰ্শকে আদৰি লৈ এতিয়া সেই আশাকে কৰিছে ছবিখনৰ কলা কৌশলী সকলে।



আৰু চাওক
পৰৱৰ্তী বাতৰি