২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ‘ফিল্মফেয়াৰ’, একেলগে ১০হাজাৰ মানুহে চাব পাৰিব LIVE

News18-Assam
Updated:November 22, 2019, 5:24 PM IST
২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ‘ফিল্মফেয়াৰ’, একেলগে ১০হাজাৰ মানুহে চাব পাৰিব LIVE
Source-Google

ঘোষণা ATDCৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ

  • Share this:
অৱশেষত আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে আগন্তুক বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ অনুষ্ঠানৰ দিন। ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ। এই সম্পৰ্কে অহা ২৫ নৱেম্বৰত টাইমছ অফ ইণ্ডিয়াৰে হ'ব অসম পৰ্যটন নিগমৰ চুক্তি।হোটেল তাজ ভিভান্তাত হ'ব চুক্তি। ১০হাজাৰ সাধাৰণ মানুহে লাইভ চাব পাৰিব ফিল্মফেয়াৰ অনুষ্ঠান। এই ঘোষণা কৰিলে  ATDCৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।
আৰু চাওক পৰৱৰ্তী বাতৰি