• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Barsha Rani Bishaya : অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছচিয়েল মিডিয়াত ছেয়াৰ কৰিলে নিজৰ এক বিশেষ স্মৃতি। চাওক ভিডিঅ’।

Barsha Rani Bishaya : অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছচিয়েল মিডিয়াত ছেয়াৰ কৰিলে নিজৰ এক বিশেষ স্মৃতি। চাওক ভিডিঅ’।

"আমাৰ বিশেষ দিনটোৰ কিছু স্মৃতি।" বৰষা ৰাণীয়ে ছেয়াৰ কৰিলে বিশেষ দিনটোৰ ভিডিঅ’।

"আমাৰ বিশেষ দিনটোৰ কিছু স্মৃতি।" বৰষা ৰাণীয়ে ছেয়াৰ কৰিলে বিশেষ দিনটোৰ ভিডিঅ’।

"আমাৰ বিশেষ দিনটোৰ কিছু স্মৃতি।" বৰষা ৰাণীয়ে ছেয়াৰ কৰিলে বিশেষ দিনটোৰ ভিডিঅ’।

  • Share this:
ভাস্কৰৰ সৈতে নিজৰ বিবাহৰ সেই মধুৰ ক্ষণবোৰ পুনৰ সোৱৰিলে জনপ্ৰয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ছচিয়েল মিডিয়াত বিয়াৰ কিছু সুন্দৰ সময় ধৰি ৰাখিলে ভৰষাই।



"আমাৰ বিশেষ দিনটোৰ কিছু স্মৃতি" এই কেপচনেৰে অনুৰাগীৰ সৈতে নিজৰ আনন্দৰ অনুভৱবোৰ ভগাই ল’লে বৰষাই।
Published by:Manjumoni Borah
First published: