শ্বাহৰুখ খানৰ ছবিৰ গীতত নৃত্য কৰিলে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰে, চাওক ভিডিঅ’

News18-Assam
Updated:August 19, 2019, 3:12 PM IST
শ্বাহৰুখ খানৰ ছবিৰ গীতত নৃত্য কৰিলে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰে, চাওক ভিডিঅ’
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ফুটবলাৰগৰাকীয়ে নৃত্য কৰা ভিডিঅ’টো

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ফুটবলাৰগৰাকীয়ে নৃত্য কৰা ভিডিঅ’টো

  • Share this:
বলীউডৰ ৰোমাঞ্চ কিং খ্যাত শ্বাহৰুখ খানৰ ছবিৰ গীতত নৃত্য কৰিলে এগৰাকী আৰ্জেণ্টিনা ফুটবল দলৰ তাৰকা খেলুৱৈয়ে।শ্বাহৰুখৰ ছুপাৰহিট ছবি বাজিগৰৰ গীতৰ তালে তালে এগৰাকী যুৱতীৰ সৈতে নৃত্য কৰিলে ৰৰ্বাটো পেৰেইৰাই।



উল্লেখযোগ্য যে বিগত Watford F.C প্ৰতিযোগিতাত ৰৰ্বাটে আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি সকলোকে আকৰ্ষিত কৰিছিল।স্বাধীনতা দিৱসক সন্ধিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে নিমিষতে ভাইৰেল হৈ পৰে ভিডিঅটো।

ভিডিঅ’টোৰ লিংক

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading