‘বাহুবলী’ নহয়, টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ সৈতে ‘দেৱসেনা’ৰ বিয়া!

News18 Assam | News18-Assam
Updated:February 9, 2020, 11:54 AM IST
‘বাহুবলী’ নহয়, টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ সৈতে ‘দেৱসেনা’ৰ বিয়া!
বাহুবলী খ্যাত অভিনেতা প্ৰভাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ হ’ল নেকি অনুষ্কা শেট্টীৰ?

বাহুবলী খ্যাত অভিনেতা প্ৰভাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ হ’ল নেকি অনুষ্কা শেট্টীৰ?

  • Share this:
দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শেট্টীৰ বিবাহ! বহু কেইটা মিডিয়া ৰিপৰ্ট অনুযায়ী ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী তাৰকাৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব অনুষ্কা শেট্টী।



দীৰ্ঘদিন ধৰি অভিনেতা প্ৰভাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত দুয়ো অতি শীঘ্ৰে বিবাহ পাশত আবদ্ধ হ’ব বুলি চৰ্চা চলিছিল। কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী তাৰকাৰ লগত অনুষ্কাই সংসাৰ কৰিব বুলি ওলাইছে খবৰ।



এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজ মুখে স্বীকাৰ কৰে এই কথা। কিন্তু ক্ৰিকেটাৰগৰাকীৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অভিনেত্ৰীগৰাকী। মাত্ৰ ক্ৰিকেটাৰগৰাকীৰ ঘৰ উত্তৰ ভাৰতত বুলি জানিবলৈ দিয়ে অনুষ্কাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি