• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মানৱ আৰু অৰ্চনাৰ On Screen chemistry কোনেনো পাহৰিব ! আকৌ এবাৰ ছিকুৱেল ৰূপত উভতি আহিব আপোনাৰ প্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিষ্টা' !

মানৱ আৰু অৰ্চনাৰ On Screen chemistry কোনেনো পাহৰিব ! আকৌ এবাৰ ছিকুৱেল ৰূপত উভতি আহিব আপোনাৰ প্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিষ্টা' !

আকৌ এবাৰ 'পবিত্ৰ ৰিষ্টা'ৰ দ্বিতীয় খণ্ড ডিজিটেল প্লেটফৰ্মলৈ উভতি আহিব। যোৱা বছৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত, ইয়াৰ চিকুৱেলৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল।

  • Share this:
টিভিৰ বিখ্যাত অনুষ্ঠান 'পবিত্ৰ ৰিষ্টা' পুনৰ ঘূৰি আহিবলৈ সাজু হৈছে। অংকিতা লোখাণ্ডে আৰু সুশান্ত সিং ৰাজপুতৰ উৎকৃষ্ট প্ৰদৰ্শনে অনুষ্ঠানটো দৰ্শকৰ প্ৰিয় কৰি তুলিছিল। কেৱল সেয়াই নহয়, একেটা অনুষ্ঠানই তেওঁলোক দুয়োৰে বাবে খ্যাতিও আনিছিল। সুশান্ত আৰু অংকিতাৰ যুটিটোৱে পৰ্দাত বেছ জনপ্ৰিয় হৈছিল। একেটা শ্ব'ৰ বাবে দুয়োৰে মাজত অফ-স্ক্ৰীণ কেমেষ্ট্ৰীও আৰম্ভ হৈছিল।

আকৌ এবাৰ 'পবিত্ৰ ৰিষ্টা'ৰ দ্বিতীয় খণ্ড ডিজিটেল প্লেটফৰ্মলৈ উভতি আহিব। যোৱা বছৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত, ইয়াৰ চিকুৱেলৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল। অনুষ্ঠান নিৰ্মাতাসকলে ইয়াৰ চিকুৱেলত কাম কৰি আছে বুলি বিশ্বাস কৰা হৈছিল। বাতৰি অনুসৰি, অংকিতা লোখাণ্ডেক আকৌ এবাৰ 'পবিত্ৰ ৰিস্তা'ৰ চিকুৱেলত অৰ্চনা দেশমুখ হিচাপে দেখা যাব আনহাতে সুশান্ত সিং ৰাজপুতৰ বিখ্যাত চৰিত্ৰ মানৱৰ চৰিত্ৰৰ বাবে এজন নতুন অভিনেতা নিৰ্বাচিত হ'ব। এই মুহূৰ্তত চৰিত্ৰটোৰ বাবে কোনো নামৰ অভিনেতাৰ নাম দিয়া হোৱা নাই।
Published by:Kokil Sarma
First published: